Assamese Abridged Explanation of the Quran
2:64 - 2:64

কিন্তু তোমালোকে এই দৃঢ় প্ৰতিজ্ঞাৰ পিছতো মুখ ঘূৰাই লৈছিলা আৰু অৱজ্ঞা কৰিছিলা। এনে অৱস্থাত যদি আল্লাহে নিজ অনুগ্ৰহেৰে তোমালোকক ক্ষমা নকৰিলেহেঁতেন আৰু তোমালোকৰ তাওবা কবুল নকৰিলেহেঁতেন তেন্তে তোমালোকে এই বিমুখতা আৰু অৱজ্ঞাৰ ফলত ক্ষতিগ্ৰস্থৰ অন্তৰ্ভুক্ত হৈ গলাহেঁতেন!