Assamese Abridged Explanation of the Quran
2:77 - 2:77

ইয়াহুদীবিলাকে এই ধৰণৰ নিন্দনীয় আচৰণ কৰাৰ সময়ত জানোচা এই কথা পাহৰি যায় যে, আল্লাহে সিহঁতৰ প্ৰকাশ্য, অপ্ৰকাশ্য কথা আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত। লগতে এদিনাখন তেওঁ এইবোৰ বান্দাসকলৰ সন্মুখত প্ৰকাশ কৰি সিহঁতক অপমানিত কৰিব।