Assamese Abridged Explanation of the Quran
2:95 - 2:95

সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব। কিয়নো জীৱনত সিহঁতে আল্লাহক অস্বীকাৰ, তেওঁৰ ৰাছুলৰ প্ৰতি মিথ্যাৰোপ আৰু তেওঁৰ পুথিসমূহ বিকৃত কৰাৰ দৰে আৰু বহুতো গুনাহ কৰিছে। আল্লাহে সিহঁতৰ মাজৰ আৰু আন সম্প্ৰদায়ৰ সকলো অন্যায়কাৰীকেই ভালদৰে জানে আৰু প্ৰত্যেককে তাৰ আমলৰ প্ৰতিদান দিব।