Assamese Abridged Explanation of the Quran
2:157 - 2:157

এই ধৰণৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিৰেই আল্লাহে তেওঁৰ নিকটৱৰ্তী ফিৰিস্তাসকলৰ মাজত প্ৰশংসা কৰে। এওঁলোকৰ ওপৰতেই আল্লাহৰ ৰহমত অৱতীৰ্ণ হয় আৰু এওঁলোকেই হিদায়ত প্ৰাপ্ত।