Assamese Abridged Explanation of the Quran
2:192 - 2:192

যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ নকৰে আৰু কুফৰৰ পথ ত্যাগ কৰে তেন্তে তোমালোকেও সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ক্ষমা কৰে। সেয়ে তেওঁ বান্দাসকলক বিগত গুনাহৰ বাবেও দায়ী নকৰিব। সিহঁতৰ প্ৰতি দয়া কৰে, সেয়ে তেওঁ সিহঁতক সোনকালে শাস্তি নিদিব।