Assamese Abridged Explanation of the Quran
2:193 - 2:193

আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে শ্বিৰ্কৰ পৰা, আল্লাহৰ পথত বাধা দিয়াৰ পৰা আৰু কুফৰৰ পৰা বিৰত নাথাকিব। তথা যেতিয়ালৈকে আল্লাহৰ ধৰ্মৰ প্ৰভূত্ব প্ৰতিষ্ঠা নহব। যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা এৰি দিয়ে তেন্তে সিহঁতৰ লগত তোমালোকে যুদ্ধ নকৰিবা। কাৰণ কুফৰকাৰীসকল আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা অত্যাচাৰীসকলৰ বাহিৰে আনৰ লগত শত্ৰুতা পোষণ কৰা উচিত নহয়।