Assamese Abridged Explanation of the Quran
2:201 - 2:201

কিন্তু মানুহৰ এটা দলে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনেকুৱা ব্যক্তিয়ে নিজ প্ৰতিপালকৰ পৰা পাৰ্থিৱ জীৱনৰ নিয়ামতৰ লগতে নেক আমল কৰাৰ তাওফীক প্ৰাৰ্থনা কৰে। তথা জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি প্ৰাৰ্থনা কৰে।