Assamese Abridged Explanation of the Quran
2:238 - 2:238

ছালাতক আল্লাহৰ আদেশ অনুসাৰে পূৰ্ণৰূপে আদায় কৰা। লগতে মধ্যৱৰ্তী ছালাত অৰ্থাৎ আচৰৰ ছালাতৰ হিফাজত কৰা। আৰু ছালাতৰত অৱস্থাত আল্লাহৰ বাবে আনুগত্যকাৰী হৈ বিনয়পূৰ্বক থিয় হোৱা।