Assamese Abridged Explanation of the Quran
2:278 - 2:278

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহক ভয় কৰা, তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তু পৰিত্যাগ কৰা লগতে মানুহৰ ওচৰত সুতৰ যি ধন বাকী আছে সেয়া আৰু নিবিচাৰিবা, যদিহে তোমালোকে প্ৰকৃত মুমিন হোৱা আৰু সুতৰ নিষেধাজ্ঞাৰ প্ৰতি বিশ্বাস পোষণ কৰা।