Assamese Abridged Explanation of the Quran
3:58 - 3:58

আমি আপোনাক ঈছা আলাইহিছ ছালাম সম্পৰ্কে যি সংবাদ পাঠ কৰি শুনাই আছো, সেয়া এই কথাৰ স্পষ্ট প্ৰমাণ যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেইটো প্ৰকৃত সত্য। আৰু ই মুত্তাক্বীসকলৰ বাবে উপদেশ লগতে ইমান পৰিপক্ক যে, বাতিলে ইয়াৰ কাষো চাপিব নোৱাৰে।