Assamese Abridged Explanation of the Quran
3:60 - 3:60

ঈছা আলাইহিছ ছালাম সম্পৰ্কে সত্য এইটোৱেই, যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, ইয়াত কোনো সন্দেহ নাই। এতেকে আপুনি দোদুল্যমান সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব, বৰং আপুনি যি সত্যৰ ওপৰত আছে তাৰ ওপৰতে অটল থাকক।