Assamese Abridged Explanation of the Quran
3:107 - 3:107

আৰু যিসকলৰ মুখমণ্ডল উজ্জ্বল হ’ব, তেওঁলোকৰ ঠিকনা হ’ব নিয়ামত ভৰা জান্নাত। তেওঁলোক তাত চিৰকাল থাকিব। তেওঁলোক এনেকুৱা নিয়ামতৰ মাজত থাকিব যিবোৰ কেতিয়াও ধ্বংস নহ’ব আৰু কেতিয়াও পৰিবৰ্তন নহ’ব।