Assamese Abridged Explanation of the Quran
3:134 - 3:134

মুত্তাক্বী হৈছে সেই সকল লোক যিসকলে সুবিধা আৰু অসুবিধা সকলো পৰিস্থিতিতেই নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তথা প্ৰতিশোধ লোৱাৰ সামৰ্থ থকা সত্বেও তেওঁলোকে প্ৰতিশোধ নলয়, আৰু অন্যায়কাৰী সকলক ক্ষমা কৰি দিয়ে। আল্লাহে এনেকুৱা চৰিত্ৰৰ নেক লোকসকলক পছন্দ কৰে।