Assamese Abridged Explanation of the Quran
3:133 - 3:133

সত্কৰ্ম কৰিবলৈ আৰু বিভিন্ন প্ৰকাৰৰ পূণ্যৰ কামৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰিবলৈ খৰধৰ কৰা, যাতে তোমালোকে আল্লাহৰ মহান ক্ষমা প্ৰাপ্ত হোৱা আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰিব পাৰা যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান। সেইটো আল্লাহৰ মুত্তাক্বী বান্দাসকলৰ বাবে তৈয়াৰ কৰা হৈছে।