Assamese Abridged Explanation of the Quran
3:155 - 3:155

হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকল! উহূদৰ ময়দানত যিদিনা মুশ্বৰিকসকলৰ এটা দলৰ মুখামুখী যেতিয়া এটা মুছলিম দলৰ লগত হৈছিল। সেইদিনা যিসকলে পৰাজিত হৈছিল, তেওঁলোকক চয়তানে তেওঁলোকৰেই কিছুমান পাপ কৰ্মৰ কাৰণে ভুল কৰিবলৈ উত্সাহ দিছিল। আল্লাহে তেওঁৰ দয়া আৰু কৃপাত তেওঁলোকক ক্ষমা কৰি দিছে। নিশ্চয় আল্লাহ তাওবাকাৰী সকলৰ বাবে ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।