Assamese Abridged Explanation of the Quran
14:2 - 14:2

তেৱেঁই আল্লাহ, যিজন আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো বস্তুৰ একমাত্ৰ স্বত্বাধিকাৰ। এতেকে কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৃষ্টিজগতৰ কাকো তেওঁৰ অংশীদাৰ স্থাপন কৰা ঠিক নহয়। কাফিৰসকলে অতিশীঘ্ৰে কঠিন শাস্তিৰ সন্মুখীন হ'ব।