Assamese Abridged Explanation of the Quran
14:12 - 14:12

কি আছে এনেকুৱা যিয়ে আমাক আল্লাহৰ ওপৰত ভৰসা কৰাৰ পৰা বিৰত ৰাখিব, অথচ তেওঁ আমাক আটাইতকৈ পোন তথা স্পষ্ট পথ দেখুৱাইছে, তোমালোকে আমাক অস্বীকাৰ কৰি আৰু উপহাসৰ দ্বাৰা যি কষ্ট দি আছা এই ক্ষেত্ৰত আমি অৱশ্যে ধৈৰ্য্য ধাৰণ কৰিম। কাৰণ ধৈৰ্য্য ধাৰণকাৰীসকলে নিজৰ সকলো ক্ষেত্ৰতে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।