Assamese Abridged Explanation of the Quran
16:3 - 16:3

আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সত্যৰ সৈতে সৃষ্টি কৰিছে। এতেকে তেওঁ ইয়াক এনেয়ে সৃষ্টি কৰা নাই। বৰং তেওঁ ইয়াক এই কাৰণে সৃষ্টি কৰিছে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ মহত্বৰ উমান পোৱা যায়। তেওঁৰ লগত আনক অংশী স্থাপন কৰা কাৰ্যৰ পৰা তেওঁ পৱিত্ৰ।