Assamese Abridged Explanation of the Quran
16:6 - 16:6

চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে সৌন্দৰ্যও নিহিত হৈ আছে, যেতিয়া তোমালোকে পুৱাৰ ভাগত সেইবোৰক চৰিবলৈ লৈ যোৱা আৰু সন্ধিয়া পৰত যেতিয়া ওভোতাই লৈ অহা।