Assamese Abridged Explanation of the Quran
16:82 - 16:82

হে ৰাছুল! তথাপিও যদি সিহঁতে আপুনি লৈ অহা চৰীয়ত মানিবলৈ অস্বীকাৰ কৰে, আৰু ইয়াক সমৰ্থন নকৰে, তেন্তে জানি থওঁক, আপোনাৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া, যিটো আপোনাক পৌঁচাবলৈ আদেশ দিয়া হৈছে। সিহঁতক হিদায়ত দিয়াটো আপোনাৰ দায়িত্ব নহয়।