Assamese Abridged Explanation of the Quran
16:85 - 16:85

অন্যায়কাৰী মুশ্বৰিকসকলে যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তাৰ পিছত সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ'ব। আনহাতে সিহঁতৰ পৰা শাস্তি উঠাই লৈ অৱকাশো দিয়া নহ'ব। বৰং সিহঁতে তাত প্ৰৱেশ কৰিব আৰু তাতেই চিৰকাল থাকিব।