Assamese Abridged Explanation of the Quran
16:109 - 16:109

ইয়াত কোনো সন্দেহ নাই যে, ইহঁতেই কিয়ামতৰ দিনা ক্ষতিগ্ৰস্ত হ'ব, যিসকলে ঈমান পোষণ কৰাৰ পিছত পুনৰ কুফৰী কৰি নিজৰেই ক্ষতি কৰিছে, যদি সিহঁতে ঈমানৰ অৱস্থাতেই ব্ৰতী থাকিলহেঁতেন তেন্তে জান্নাতত প্ৰৱেশ কৰিলেহেঁতেন।