Assamese Abridged Explanation of the Quran
16:117 - 16:117

প্ৰবৃত্তিৰ অনুসৰণৰ কাৰণে সিহঁতৰ বাবে পৃথিৱীত একেবাৰে নিম্নমানৰ কিছু ভোগ-সামগ্ৰী আছে, আনহাতে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।