Assamese Abridged Explanation of the Quran
17:14 - 17:14

সেইদিনা আমি তাক ক'মঃ আজি তুমি নিজেই নিজৰ কিতাপ পঢ়া। তুমি তোমাৰ নিজৰ আমলৰ হিচাপ কৰি চোৱা। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তুমি নিজেই নিজৰ বাবে যথেষ্ট।