Assamese Abridged Explanation of the Quran
17:62 - 17:62

ইবলিছে নিজ প্ৰতিপালকক সম্বোধন কৰি ক'লেঃ এইটোৱেই সেই মখলুকনে যাক ছাজদাহ কৰিবলৈ আদেশ প্ৰদান কৰি তুমি তাক মোৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছা, যদি তুমি মোক পাৰ্থিৱ জীৱনৰ শেষলৈকে জীৱিত ৰাখা তেন্তে নিশ্চয় মই ইয়াৰ সন্তানসকলক নিজৰ ফালে আকৰ্ষিত কৰিম আৰু সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিম। কিন্তু ইয়াৰ পৰা কেৱল সেইসকল লোকেই সুৰক্ষিত থাকিব, যাক তুমি সুৰক্ষা প্ৰদান কৰিবা, তেওঁলোক হৈছে তোমাৰ প্ৰকৃত বান্দা।