Assamese Abridged Explanation of the Quran
17:65 - 17:65

হে ইবলীছ! নিশ্চয় মোৰ আনুগত্য কৰা মোৰ মুমিন বান্দাসকলৰ বিৰুদ্ধে তোৰ কোনো চক্ৰান্ত ফলপ্ৰসূ নহ'ব। নিশ্চয় তোৰ অনিষ্টৰ পৰা আল্লাহে সিহঁতক সুৰক্ষা প্ৰদান কৰিব। যিয়ে সকলো ক্ষেত্ৰতে আল্লাহৰ ওপৰত ভৰসা কৰে, তেওঁৰ বাবে আল্লাহেই যথেষ্ট।