Assamese Abridged Explanation of the Quran
17:78 - 17:78

যথাসময়ত পৰিপূৰ্ণভাৱে ছালাত কায়েম কৰক, মাজ আকাশৰ পৰা সূৰ্য ঢলি পৰাৰ পিছত–জোহৰ আৰু আচৰ ইয়াৰ অন্তৰ্ভুক্ত- ৰাতিৰ অন্ধকাৰ পৰ্যন্ত- মাগৰিব আৰু ঈশ্বা ইয়াৰ অন্তৰ্ভুক্ত। ফজৰৰ ছালাত কায়েম কৰক আৰু ইয়াত দীৰ্ঘ তিলাৱত কৰিব। কিয়নো ফজৰৰ সময়ত দিন আৰু ৰাতিৰ ফিৰিস্তা উপস্থিত থাকে।