Assamese Abridged Explanation of the Quran
17:87 - 17:87

কিন্তু এয়া আপোনাৰ প্ৰতিপালকৰ বিশেষ দয়া যে, আমি ইয়াক সুৰক্ষিত অৱস্থাত এৰিছো। নিশ্চয় আপোনাৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ মহা অনুগ্ৰহ আছে যে, তেওঁ আপোনাক ৰাছুল বনাইছে আৰু আপোনাৰ জৰিয়তে নবীসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰিছে আৰু আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে।