Assamese Abridged Explanation of the Quran
17:90 - 17:90

মুশ্বৰিকসকলে ক'লেঃ আমি তেতিয়ালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰিম, যেতিয়ালৈকে তুমি আমাৰ বাবে মক্কাৰ ভূমিত এনেকুৱা এটা নিজৰা প্ৰবাহিত নকৰিবা যিটো কেতিয়াও নুশুকাব।