Assamese Abridged Explanation of the Quran
17:98 - 17:98

এই শাস্তি যিটোৰ সিহঁতে সন্মুখীন হ'ব, ইয়াৰ কাৰণ হৈছে সিহঁতে আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু পুনৰুত্থানক অস্বীকাৰ কৰি কৈছিলঃ আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমাৰ হাড়সমূহ গেলি পচি মাটিত মিহলি হৈ যাব, তাৰ পিছতো আমাক নতুনভাৱে সৃষ্টি কৰা হ'ব নেকি?