Assamese Abridged Explanation of the Quran
20:78 - 20:78

ইপিনে ফিৰআউনে নিজৰ সৈন্যবাহিনীক লৈ তেওঁলোকক চোঁচা ল'লে, ফলত সাগৰে তাক আৰু তাৰ সৈন্যবাহিনীক এনেকৈ ডুবাই মাৰিলে যাৰ বাস্তৱিকতা কেৱল আল্লাহেই জানে। অৱশেষত সিহঁতৰ সকলোৱে ডুবি গ'ল আৰু ধ্বংস হ'ল, আনহাতে মূছা আৰু তেওঁৰ সঙ্গীসকল সুকলমে পাৰ হৈ গ'ল।