Assamese Abridged Explanation of the Quran
20:79 - 20:79

ফিৰআউনে নিজৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল, সিহঁতৰ সন্মুখত কুফৰী কৰ্মক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিল তথা অসত্যৰ জৰিয়তে প্ৰবঞ্চিত কৰিছিল। সি কেতিয়াও সত্যৰ পথ দেখুৱা নাছিল।