Assamese Abridged Explanation of the Quran
20:82 - 20:82

যিয়ে তাওবা কৰি মোৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে আৰু ঈমান পোষণ কৰিছে তথা সৎকৰ্ম কৰিছে আৰু সত্যৰ ওপৰত সুদৃঢ় আছিল, নিঃসন্দেহে মই তেনেকুৱা লোকৰ প্ৰতি অধিক ক্ষমাশীল তথা মাৰ্জনাকাৰী।