Assamese Abridged Explanation of the Quran
20:84 - 20:84

মূছা আলাইহিচ্ছালামে ক'লেঃ তেওঁলোক মোৰ পিচে পিচে আহি আছে, অনতিপলমে তেওঁলোক আহি মোক লগ ধৰিব। মই মোৰ সম্প্ৰদায়ৰ আগতে তোমাৰ ওচৰলৈ এই কাৰণে আহিছোঁ, যাতে তুমি মোৰ আগতীয়াকৈ অহাৰ আগ্ৰহ দেখি সন্তুষ্ট হোৱা।