Assamese Abridged Explanation of the Quran
20:117 - 20:117

ইয়াৰ পিচত আমি ক'লোঃ হে আদম! নিশ্চয় ইবলীছ তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ ঘোৰ শত্ৰু। এতেকে সি যাতে তোমাক আৰু তোমাৰ স্ত্ৰীক প্ৰতাৰণা কৰি জান্নাতৰ পৰা উলিয়াই দিবলৈ সক্ষম নহয়, এনেকুৱা হ'লে তুমি বৰ কষ্ট আৰু কঠিনতাৰ সন্মুখীন হ'বা।