Assamese Abridged Explanation of the Quran
20:118 - 20:118

জান্নাতত তোমালোকক পানাহাৰ কৰোৱাৰ দায়িত্ব নিশ্চিতভাৱে আল্লাহৰ। গতিকে তোমালোক কেতিয়াও ক্ষুধাৰ্ত নহ'বা। তেৱেঁই তোমালোকক পৰিধান কৰাব, কেতিয়াও নিৰ্বস্ত্ৰ নহ'বা।