Assamese Abridged Explanation of the Quran
20:122 - 20:122

ইয়াৰ পিচত আল্লাহে তেওঁক মনোনীত কৰিলে আৰু তেওঁৰ তাওবা কবূল কৰিলে। তথা সঠিক পথত চলাৰ তাওফীক প্ৰদান কৰিলে।