Assamese Abridged Explanation of the Quran
20:125 - 20:125

আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ব্যক্তিয়ে ক'বঃ হে মোৰ প্ৰতিপালক! আজি তুমি মোক অন্ধ অৱস্থাত কিয় হাজিৰ কৰোৱাইছা, অথচ পৃথিৱীত মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ?