Assamese Abridged Explanation of the Quran
23:57 - 23:57

নিশ্চয় যিসকলে ঈমান আৰু নেকপৰায়ণতাৰ সৈতে নিজ প্ৰতিপালকক ভয় কৰে।