Assamese Abridged Explanation of the Quran
23:76 - 23:76

আমি বিভিন্ন বিপদ-আপদৰ দ্বাৰা সিহঁতৰ পৰীক্ষা লৈছিলোঁ। কিন্তু তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নতস্বীকাৰ কৰা নাছিল আৰু বিনীত হৈ বিপদ দূৰ কৰাৰ বাবে তেওঁৰ ওচৰত প্ৰাৰ্থনাও কৰা নাছিল।