Assamese Abridged Explanation of the Quran
23:81 - 23:81

বৰং ইহঁতেও কুফৰীৰ সেই একে কথাকে পুনৰাবৃত্তি কৰিলে যিটো ইহঁতৰ পুৰ্বপুৰুষসকলে কৈছিল।