Assamese Abridged Explanation of the Quran
23:84 - 23:84

হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, যদি তোমালোকৰ ওচৰত প্ৰকৃত জ্ঞান আছে তেন্তে কোৱাচোন, এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু কাৰ?