Assamese Abridged Explanation of the Quran
29:3 - 29:3

নিশ্চয় আমি সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰো পৰীক্ষা লৈছিলোঁ, নিশ্চিতভাৱে আল্লাহে তেওঁৰ জ্ঞানৰ জৰিয়তে প্ৰকাশ কৰিব, তোমালোকৰ মাজৰ কোন ব্যক্তিয়ে প্ৰকৃত ঈমান পোষণ কৰিছে আৰু কোনে মিছাতে ঈমান প্ৰকাশ কৰিছে।