Assamese Abridged Explanation of the Quran
29:9 - 29:9

যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চিতভাৱে কিয়ামতৰ দিনা আমি তেওঁলোকক পূণ্যৱান লোকসকলৰ তালিকাভুক্ত কৰিম। তেওঁলোকৰ সৈতেই হাচৰৰ ময়দানত একত্ৰিত কৰিম আৰু তেওঁলোকৰ দৰেই তেওঁলোককো প্ৰতিদান দান কৰিম।