Assamese Abridged Explanation of the Quran
29:13 - 29:13

বাতিলৰ প্ৰতি আহ্বানকাৰী এই মুশ্বৰিকসকলে নিজৰ গুনাহৰ বোজা বহন কৰাৰ লগতে, সেইসকল লোকৰ গুনাহৰ বোজাও বহন কৰিব যিসকলে সিহঁতৰ আহ্বান স্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত অনুসৰণকাৰীসকলৰ গুনাহত কোনো ধৰণৰ হেৰফেৰ নহ’ব। কিয়ামতৰ দিনা সিহঁতক নিশ্চয় সেইসমূহ বিষয় সম্পৰ্কে প্ৰশ্ন কৰা হ’ব, যিবোৰ বিষয় সিহঁতে নিজে ৰচনা কৰি প্ৰচাৰ কৰিছিল।