Assamese Abridged Explanation of the Quran
29:34 - 29:34

অশ্লীল তথা জঘন্য পাপকৰ্মত লিপ্ত থকাৰ কাৰণে আমি এই জনবসতিৰ ওপৰত আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিম, সেয়া হৈছে জুয়ে পোৰা শিলৰ শাস্তি। এই শাস্তি অৱতীৰ্ণ হোৱাৰ কাৰণটো হৈছে, সিহঁতে ঘৃণনীয় অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে। অৰ্থাৎ সিহঁতে নাৰীসকলক এৰি পুৰুষৰ লগত যৌন চাহিদা পূৰণ কৰে।