Assamese Abridged Explanation of the Quran
29:37 - 29:37

কিন্তু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক অস্বীকাৰ কৰিলে। ফলত ভয়ংকৰ ভূমিকম্পই সিহঁতক গ্ৰাস কৰিলে। ফলত সিহঁতে নিজৰ ঘৰতে লুটি খোৱা অৱস্থাত পৰি থাকিল আৰু সিহঁতৰ মুখমণ্ডল মাটিত আঠা লগাদি লাগি আছিল। সিহঁতৰ কোনো ধৰণৰ লৰচৰ নাছিল।