Assamese Abridged Explanation of the Quran
29:54 - 29:54

আপুনি সিহঁতক ভয় দেখুৱা শাস্তিটো সিহঁতে দ্ৰুত বিচাৰি আছে। আল্লাহে কাফিৰসকলক প্ৰতিশ্ৰুতি দিয়া জাহান্নামে নিশ্চয় সিহঁতক পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ শাস্তিৰ পৰা কেতিয়াও পলায়ন কৰিব নোৱাৰিব।