Assamese Abridged Explanation of the Quran
29:57 - 29:57

মৃত্যুৰ ভয়ে যেন তোমালোকক হিজৰতৰ পৰা বিৰত নাৰাখে। প্ৰত্যেক প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। তাৰ পিছত কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব।