Assamese Abridged Explanation of the Quran
33:8 - 33:8

আল্লাহে নবীসকলৰ পৰা এই দৃঢ় অঙ্গীকাৰ লোৱাৰ কাৰণ হৈছে, যাতে তেওঁ কাফিৰসকলক অপমান কৰিবলৈ সত্যবাদী নবীসকলক তেওঁলোকৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰিব পাৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলৰ বাবে আল্লাহে কিয়ামতৰ দিনা প্ৰস্তুত কৰি ৰাখিছে কষ্টদায়ক শাস্তি, অৰ্থাৎ জাহান্নামৰ অগ্নি।